Holo Lolo

Lyrics
পৰ্বতত ঐ আছিলিগৈ বৰ কাক খাই ভৈয়ামলৈ আহিলি তই ফান্দীৰ চেপা পাই অ' হল' ললৌ লাই পৰ্বতত ঐ আছিলিগৈ বৰ কাক খাই ভৈয়ামলৈ আহিলি তই ফান্দীৰ চেপা পাই অ' হল' ললৌ লাই এ হল' ললৌ হল' ললৌ বগৰী আগ খাই তোৰ মাৰে বিদেশ গ'ল ঐ তোৰে নিন্দা যাই অ' হল' ললৌ লাই এ হল' ললৌ হল' ললৌ বগৰী আগ খাই তোৰ মাৰে বিদেশ গ'ল ঐ তোৰে নিন্দা যাই অ' হল' ললৌ লাই नदिया सूखी थी आँसू दो मैंने दिया घर भी छूटा और छूटा है मोरा पिया দিহিঙে দিপাঙে কপি লগা দিখৌৰে দলঙৰ তলেৰে বঠা বাই বিচাৰি যাওঁ বাট হেৰাও हमको डुबाए चलाए लहर की मर्ज़ी राहें तेरी मैं चली पर मंज़िलें थी दूसरी অৰঙে দৰঙে হাই হাবাথুৰিৰেনো বাটে সজাই हम फिर मिलेंगे कहीं कुछ देर को ही पराया हुआ तू हुआ এ হল' ললৌ হল' ললৌ বগৰী আগ খাই তোৰ মাৰে বিদেশ গ'ল ঐ তোৰে নিন্দা যাই অ' হল' ললৌ লাই এ হল' ললৌ হল' ললৌ বগৰী আগ খাই তোৰ মাৰে বিদেশ গ'ল ঐ তোৰে নিন্দা যাই অ' হল' ললৌ লাই আকাশত উৰিলে বগাকৈ বগলী ভৈয়ামত ফুটিলে হিলৈ তোকেনো বিচাৰি পাহাৰো পৰ্বতো বগালো শুননে মনৰে বিলৈ আকাশত উৰিলে বগাকৈ বগলী ভৈয়ামত ফুটিলে হিলৈ তোকেনো বিচাৰি পাহাৰো পৰ্বতো বগালো শুননে মনৰে বিলৈ চতাই পৰেবতে ধুঁৱলী-কুঁৱলী হাতী ধৰিবলৈ যাওঁ এ লাহৰী হাতী হেৰুৱালি লিহিৰি বনতে ঘোঁৰা হেৰুৱালি ৰণতে চেনাইটি দিনে বাগৰি যে গৈ যৌৱন মোৰ মৰহি গ'লেই চোন ঐ চোতালৰ দুবৰি বন মোলৈ তোৰ আছেনে মন হল' ললৌ লাই এ হল' ললৌ হল' ললৌ বগৰী আগ খাই তোৰ মাৰে বিদেশ গ'ল ঐ তোৰে নিন্দা যাই অ' হল' ললৌ লাই এ হল' ললৌ হল' ললৌ বগৰী আগ খাই তোৰ মাৰে বিদেশ গ'ল ঐ তোৰে নিন্দা যাই অ' হল' ললৌ লাই
Rate this song
0/5.0 - 0 Ratings
Loading comments...
Credits
- Writers
- Shloke Lal
- Himanshu Sutiya Saikia
- Sarah Moran